Surprise Me!

৫ নৱেম্বৰত মৰিগাঁৱত ৫০০০ শিল্পীৰ কণ্ঠত নিগৰিব 'মানুহে মানুহৰ বাবে'

2025-11-04 27 Dailymotion

মৰিগাঁৱৰ আকাশে-বতাহে ৫০০০ কণ্ঠত গুঞ্জৰিত হ'ব সুধাকণ্ঠৰ অমৰ সৃষ্টি 'মানুহে মানুহৰ বাবে' । প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল সম্বোধন জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ ।

Buy Now on CodeCanyon