কিংবদন্তি ফুটবলাৰ, অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক, প্ৰি-অলিম্পিয়ান টচেন বড়াৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা ।