ভাৰাক্ৰান্ত হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ ৷ কালি নিশা হাস্পতালত ভৰ্তি কৰোৱা হয় প্ৰয়াত জুবিন গাৰ্গৰ পত্নীক ৷