উজনিৰ পৰা নামনিলৈ উল্লাস ম্লান পৰিছে ভূপেন-জুবিনবিহীন ৰাসৰ
2025-11-05 5 Dailymotion
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জীৱন্ত ৰাসৰ বিপৰীতে মৃণ্ময় মূৰ্তিত জীৱন্ত ৰূপ প্ৰদানৰ প্ৰয়াসেৰে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত পলাশবাৰী, ৰামপুৰ, মিৰ্জা, বঙৰা আৰু ছয়গাঁৱত ৰাস মহোৎসৱৰ আয়োজন ।