গোলাঘাটত ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান । লোক-সংস্কৃতিৰ সাধক ড৹ অনিল শইকীয়ালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ ভূপেন হাজৰিকা সংহতি বঁটা ।