উখল-মাখল নলবাৰী । ৰাস মহোৎসৱক লৈ ব্যস্ততাৰ যেন অন্ত নাই । ইয়াৰ মাজতে শিক্ষামন্ত্ৰীয়ে মুকলি কৰিলে অসম গ্ৰন্থমেলা, নলবাৰী ।