ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংবাদমেল সম্বোধন কৰি বিজেপিৰ নেতাসকলে বন্দে মাতৰম গীতটো সম্পূৰ্ণকৈ পৰিবেশন নকৰাৰ আঁৰত কংগ্ৰেছৰ অভিসন্ধি বুলি অভিযোগ কৰে ।