অসম আন্দোলনৰ সময়ত এগৰাকী নাগাৰা নামৰ শিল্পীয়ে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক লৈ এটি নাম পৰিৱেশন কৰি চৰকাৰৰ মুৰৰ কামোৰণি হৈ পৰিছিল । তেওঁ কোন জানেনে ?