'অন্নপূৰ্ণা বেছকেম্প ট্ৰেকিং' অভিযান অভিমুখে অসমৰ ছয়জনীয়া দল । 'আমি বনৰীয়া এণ্ড বেকপেকাৰ্ছ অব হাইলেণ্ডাৰ' দলৰ ৬ জনীয়া অভিযাত্ৰীৰ এই অভিযান ।