ডিব্ৰুগড়ৰ লগতে গোৱালপাৰাৰ পৰা অহা ৰাভা জনগোষ্ঠীৰ পুৰুষ-মহিলাই পৰম্পৰাগত পাজাৰ আৰু গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাই প্ৰাণৰ শিল্পীক ।