তবলাৰ অভাৱত ডেস্কতে তবলাৰ ছবি আঁকি তবলা বাদনৰ অভ্যাস । বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক কাৰ্যসূচীৰ ধ্ৰুপদী সংগীত অনুষ্ঠানত সংগত কৰিলে তবলা ।