কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশ্বনাথ ভ্ৰমণ, প্ৰস্তাৱিত বিশ্ববিদ্যালয়ৰ কৰিব শিলান্যাস
2025-11-08 16 Dailymotion
গহপুৰত প্ৰস্তাৱিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।