হাৰেংগাজাও বৌলচল জলপ্ৰপাতৰ পৰা শিলচৰ এনআইটিৰ তিনি শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ । শনিবাৰে সন্ধানহীন হৈছিল তিনিওজন ।