প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল, সেয়া জানিবৰ বাবে অপেক্ষা কৰি আছো: অনুৰাধা শৰ্মা পুজাৰী
2025-11-09 0 Dailymotion
যোৰহাট বাল্য ভৱনৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী । জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰসংগত প্ৰতিক্ৰিয়া বিশিষ্ট সাহিত্যিকগৰাকীৰ ।