শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শনৰ দ্বাৰা অনুপ্রাণিত এক কাল্পনিক আখ্যানৰ আধাৰত ছবি ‘মহাপুৰুষ’ আহি আছে ৷ অসমীয়া আৰু হিন্দী ভাষাত নিৰ্মাণ কৰা হ’ব ছবিখন ।