Surprise Me!

ৰাজ্যত নতুনকৈ ৫,৫০০ গৰাকী টেট শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

2025-11-10 1 Dailymotion

খানাপাৰাত টেট শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান । ২৯৮০ গৰাকী প্ৰাৰ্থীক এল পি আৰু ১২৯৯ গৰাকী প্ৰাৰ্থীক ইউ পি শিক্ষক হিচাপে নিযুক্তি প্ৰদান ।

Buy Now on CodeCanyon