এসময়ত নাটক কৰাৰ মন আছিল, সুবিধা পোৱা নাছিল । তাৰ পিছতে সিদ্ধান্ত নিজে নাটক কৰি অভিনয় কৰিব, নতুন প্ৰজন্মক সুবিধা দিব । সেয়াই যাত্ৰা ।