দিল্লীৰ বিস্ফোৰণত ফূৰ্তি পাই ইম’জি প’ষ্ট কৰাসকল কোন ? আকাৰে-ইংগিতে বুজাই দিলে মুখ্যমন্ত্ৰীয়ে
2025-11-11 4 Dailymotion
দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । সামাজিক মাধ্যমত দিল্লীৰ ঘটনাক সমৰ্থন কৰা ব্যক্তিক নিৰীক্ষণ কৰিবলৈ ডি জি পিক নিৰ্দেশ ।