আৰক্ষীয়ে এই ঘটনাত সন্ত্ৰাসবাদী সংযোগ নুই কৰি ইয়াক ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউলত জব্দকৃত বিস্ফোৰকত আকস্মিক বিস্ফোৰণ হোৱা বুলি অভিহিত কৰে ।