শিশু দিৱসৰ দিনা জুবিনৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে উপভোগ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ । লগতে ছবিখন উপভোগ কৰিলে পৰিচালক ৰাজেশ ভূঞাৰ লগতে অভিনেতা যতীন বৰাই ।