এছ আৰৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা ভোটাৰ আনি নিৰ্বাচন জয়ৰ পৰিকল্পনা বিজেপিৰ । এই অভিযোগেৰে অসমত এছ আৰৰ বিৰোধিতা বিৰোধীৰ ।