দ্বিতীয়বাৰৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নোহোৱা পৰ্যন্ত অন্ন ত্যাগ কৰিছে মহেন্দ্ৰ ছেত্ৰী নামৰ বিজেপিৰ তৃণমূলৰ কৰ্মীজনে ।