মিঞাক বচাবলৈ এতিয়া কিছুমান জুবিনৰ সমৰ্থক হৈছে । মিউজিয়াম বনোৱা হ'লে অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ । নলবাৰীত মুখ্যমন্ত্ৰীৰ মন্তব্য ।