অভিলেখ গঢ়ি দশমবাৰৰ বাবে ৰাজ্যাভিষেক নীতিশ বাবুৰ: শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী
2025-11-20 3 Dailymotion
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি এন ডি এৰ কেইবাগৰাকীও শীৰ্ষ নেতা ।