সুৰৰ সম্রাটক সুৰেৰে সোঁৱৰণ দুই শতাধিক কণ্ঠশিল্পীৰে
2025-11-20 3 Dailymotion
কণ্ঠশিল্পী, অসমৰ উদ্যোগত "জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য" শীৰ্ষক অনুষ্ঠান । প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ২০০ গৰাকীতকৈও অধিক কণ্ঠশিল্পীয়ে পৰিৱেশন কৰে প্ৰায় ২১ টা গীত ।