জামুগুৰিহাটত লাচিত দিৱসৰ ব্যাপক প্ৰস্তুতি; কন্যকাৰ উদ্যোগত অভিলেখ গঢ়াৰ পৰিকল্পনা
2025-11-20 4 Dailymotion
এহেজাৰ হেংদাং লৈ লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি জামুগুৰিহাটত ৷ লাচিতৰ ৰূপত এহেজাৰ সুঠাম যুৱক উঠিব বিশাল নাৱত ৷ অসম বুক অব ৰেকৰ্ডছ গঢ়াৰ পৰিকল্পনা ৷