বিশ্ব শিশু দিৱস উপলক্ষে আৰু ভৱিষ্যতে আৰক্ষী বিষয়া হোৱাৰ সপোন পুহি ৰখা নিবিড় নেছন বৰুৱাক এদিনৰ বাবে বজালী জিলা আৰক্ষী অধীক্ষকৰ আসনত বহুওৱা হয় ।