’২৬ৰ নিৰ্বাচনক লৈ বিজেপিৰ বিশেষ ৰণনীতি : মুছলমান প্ৰধান সাতটা সমষ্টিত চকু, হিতাধিকাৰী ধৰ্মীয় সংখ্যালঘু মহিলা
2025-11-21 3 Dailymotion
আগন্তুক ২০২৬ৰ নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী সকলো ৷ বিজেপিয়ে দলৰ ভেঁটি শক্তিশালী কৰিবলৈ সংখ্যালঘু সমষ্টিৰ বাবে প্ৰস্তুত কৰিছে ৰণনীতি ৷