Surprise Me!

জুবিন গাৰ্গ মানেই হৈছে উদযাপন, নিজেই এটা শক্তি: বঢ়মপুৰত হাজাৰ হাজাৰ জনতাই পালন কৰিলে জন্মদিন

2025-11-21 15 Dailymotion

সামৰণি পৰিল নগাঁৱৰ বঢ়মপুৰত আয়োজন কৰা জুবিন গাৰ্গৰ জন্মদিনৰ তিনিদিনীয়া অনুষ্ঠানৰ । অন্তিমটো দিনত জুবিন গাৰ্গৰ ঘনিষ্ঠৰ উপস্থিতিত প্রিয় শিল্পীৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত ।

Buy Now on CodeCanyon