১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ স্মৃতি বহনকাৰী টাৱাঙৰ যশৱন্ত গড় । যি ভাৰতীয় সেনাৰ বীৰ সৈনিক লেন্স নায়ক যশৱন্ত সিং ৰাৱটৰ বীৰত্বৰ প্ৰমাণ ।