Surprise Me!

জনজাতিকৰণৰ দাবীত সোণাপুৰ কঁপালে কাৰ্বি জনগোষ্ঠীয় সংগঠন-ৰাইজে

2025-11-21 6 Dailymotion

বিভিন্ন দাবী পূৰণৰ বাবে দিয়া শ্লোগানত শুকুৰবাৰে উত্তাল হৈ পৰে সোণাপুৰ । কাৰ্বি অনুসূচীকৰণ দাবী সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ।

Buy Now on CodeCanyon