এছ আৰৰ বিৰুদ্ধে গুৱাহাটীত যুৱ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ : আটক যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিকে ধৰি বহুকেইজন নেতা
2025-11-21 1 Dailymotion
দেশৰ নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৱাহাটীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিসহ বহু সংখ্যক প্ৰতিবাদকাৰীক আটক ৷