অসম চৰকাৰৰ ৪০% আৰু ভাৰত চৰকাৰৰ ৬০% অংশীদাৰিত্বৰে নামৰূপ সাৰ কাৰখানাত স্থাপন কৰা হ’ব চতুৰ্থটো উৎপাদন গোট ৷