মণিপুৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ বায়’মেট্ৰিক চিনাক্তকৰণৰ লেহেমীয়া গতি; প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া
2025-11-24 4 Dailymotion
সীমান্ত সুৰক্ষা বাহিনী আৰু অসম ৰাইফলছে সীমান্ত পৰ্যবেক্ষণ নকৰাৰ ফলত বহু অবৈধ অনুপ্ৰৱেশকাৰী সহজে মণিপুৰলৈ প্ৰৱেশ কৰিছে - এই অভিযোগ মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ