সদনত মুখ্যমন্ত্রীয়ে দাখিল কৰিলে ৮৩ৰ ঘটনা প্ৰৱাহৰ বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন : উত্থাপন নহ'ল তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ প্ৰসংগ
2025-11-25 9 Dailymotion
বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা সদনত দাখিল বহুকেইখন বিধেয়ক । দাখিল বহু বিবাহ বন্ধ বিধেয়ক । বিধায়কৰ মাজত তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ কপি বিতৰণ ।