ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ 2025 ৰ কাৰ্টেইন ৰেইজাৰ অনুষ্ঠিত হয় গুৱাহাটীত
2025-11-28 2 Dailymotion
অহা ডিচেম্বৰ মাহত হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হ’ব IISF ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয় কাৰ্টেইন ৰেইজাৰ অনুষ্ঠানৰ ৷