Surprise Me!

শনিবাৰে বুলড'জাৰ চলিব লুটুমাৰী বনাঞ্চলত: ৬ হাজাৰ বিঘাত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন

2025-11-28 10 Dailymotion

লুটুমাৰী আৰু বৰপানী বনাঞ্চলৰ ৭,৬০০ বিঘা ভূমিত বেদখল । ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছিল এই বিশাল ভূমিয়ে ৷

Buy Now on CodeCanyon