অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত পুলিচ পেৰেড গ্ৰাউণ্ডত আৰম্ভ হোৱা গ্ৰন্থমেলা ১০ ডিচেম্বৰলৈকে চলিব ৷