ফটকা-আতচবাজীতো বাদেই, যান-বাহনৰ হৰ্ণো নবজাই গাঁওবাসীয়ে: পক্ষীৰ সুৰক্ষাৰ বাবে কি কৰা নাই গাঁওখনে...
2025-12-03 22 Dailymotion
পৰিভ্ৰমী পক্ষীৰ চিকাৰ বন্ধ কৰিবলৈ চৰকাৰ কঠোৰ হোৱাৰ সময়তে এখন গাঁৱৰ ৰাইজে পক্ষীপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে । ৰকিবুল ওৱাহিদৰ বিশেষ প্ৰতিবেদন ।