৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সমাজৰ প্ৰতিবাদ
2025-12-05 1 Dailymotion
৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ সন্তুষ্ট নহয় অসমৰ জনজাতি সমাজ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সমাজৰ চৰকাৰক সকীয়নি ।