বৰডুমচা কুজুপথাৰৰ শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলত ৯ গৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে ৷ বিপৰীতে মাত্ৰ এগৰাকীকহে দিয়া হৈছে নিযুক্তি ।