বৰপেটাৰ এজন কৃষকে ভেনিলা খেতিৰে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে । এই কৃষিৰে বছৰত ৫ লাখ টকালৈ উপাৰ্জন কৰিব পাৰি ।