কমলা খেতিত দেখা দিয়া অচিন পোকৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে কমলা পৰ্যটনলৈ পৰিণত হোৱা জিমিৰিগাঁৱৰ কমলা খেতিয়কক ।