তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলেংকাৰীৰ চি বি আই তদন্ত বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছে ৷ চি বি আইৰ ওচৰত পত্ৰ দাখিল দেৱব্ৰত শইকীয়াৰ ৷