কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ 'কেন্দ্ৰীয় শ্বহীদ দিৱস'ত প্ৰাণ পাই উঠিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ৷ 'পাৰিজাত হৰণ' অংকীয়া নাট প্ৰদৰ্শন ৷