বিজেপিৰ সৈতে সন্মানজনক মিত্ৰতা কৰিব অসম গণ পৰিষদে । উজনিৰ ৩৩টা সমষ্টি সামৰি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল অগপৰ উজনি অসম ভিত্তিক সতীৰ্থ সন্মিলন ।