ছোৱাইন ফিভাৰৰ ফলত অসমৰ পশুপালকৰ প্ৰায় ১৭ কোটিৰ টকাৰ লোকচান হৈছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি পশুপালকক দিব ক্ষতিপূৰণ ।