জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ এছ আই টিয়ে দাখিল কৰা চাৰ্জশ্বীটকলৈ সন্তুষ্ট নহয় অখিল গগৈ । ইয়াক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ ।