যোৰহাটত আগন্তুক অসমীয়া ছবি হেৰোৱা ছন্দৰ প্ৰচাৰৰ বাবে উপস্থিত হৈ জাহ্নু বৰুৱাই ক’লে জুবিন আছিল তেওঁৰ ভাইৰ নিচিনা ৷