শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসহ মুঠ ৬৭ টা পদৰ ৩৪ টা পদেই খালী । শিক্ষক নথকাৰ বাবেই দীৰ্ঘদিনে বন্ধ বিদ্যালয়খনৰ বিজ্ঞান শাখা ।